স্বামীয়ে দেউতাকৰ সৈতে অবৈধ সম্পর্কৰ বাবে জোৰ দিয়ে!

শহুৰেকৰ লগত অবৈধ সম্পর্ক স্থাপন নকৰাৰ বাবেই স্বামীয়ে পত্নীক দিলে তিনি তালাক! মৰিগাঁৱৰ মিকিৰভেটাৰ ঘটনাই পুনৰ লজ্জানত কৰিলে সভ্য সমাজক। স্বামী ৰাব্বুল আলম আৰু শহুৰেক ইমান আলীৰ বিৰুদ্ধে ন্যায় বিচাৰি ঘূৰি ফুৰিছে আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হ'ল কেদাৰনাথ ধামৰ...

সাৱধান! গুৱাহাটীত ওলাইছে মেখেলা পিন্ধা চোৰ

বিহুৰ বতৰত ঘৰ এৰি যোৱাৰ পূৰ্বে এশবাৰ ভাবক। গুৱাহাটীত...

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...