কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ

যান বাহন আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল
বৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ
বৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহন কৰিব উপ ৰাষ্ট্ৰপতিয়ে
বৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত নিৰ্দেশনা
ৰাষ্ট্ৰীয় ঘাইপথত সীমাবদ্ধ কৰা হ’ব ৩-৬ চকীয়া গাড়ীৰ চলাচল
পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বাহাল থাকিব এই নিষেধাজ্ঞা
২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ ৩, ৬ বা ততোধিক চকাৰ গাড়ীৰ চলাচল
পুৱা ৯ বজাৰ পৰা আবেলি ৩.৩০বজালৈ সকলোধৰণৰ বাণিজ্যিক বাহনত নিষেধাজ্ঞা
নিষেধাজ্ঞা থাকিব এ. টি. ৰোড, এম.জি. ৰোড, K.LB ৰোড, টাইবুল্লাহ ৰোড,
বি. বৰুৱা ৰোড, জি.এছ. ৰোড আৰু পাঞ্জাবাৰী ৰোডত নিষেধাজ্ঞা
চিটি বাছ সমূহ অকল বাছ ষ্টপেজতহে ৰখাব পাৰিব
ডাবল ত্ৰিপল পাৰ্কিং নিষিদ্ধ
কাইলৈ কেৱল পেৰালেল পাৰ্কিংহে কৰিব পাৰিব
ইউটাৰ্ণসমূহ কেৱল সোঁফালেৰে ল’ব পাৰিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...