কেইবাখনো জিলাত পৰীক্ষাৰ বাবে পিছুৱাই দিয়া হ’ল গৰম বন্ধ

BTRত পিছুৱাই দিয়া হ’ল গৰমৰ বন্ধৰ সময়সূচী
বাক্সা, তামুলপুৰ জিলা প্রশাসনৰ নিজাববীয়া ঘোষণা
শিক্ষা বিভাগে ১ৰ পৰা ৩১ জুলাইলৈ কৰিলে বন্ধ ঘোষণা
শিক্ষামন্ত্ৰীয়ে ২৫ জুনৰ পৰা ২৫ জুলাইলৈ কৰিছিল গৰমৰ বন্ধ ঘোষণা
গৰমৰ বন্ধ সময়ছোৱাতো চৰকাৰী শিক্ষানুষ্ঠানত চলিব পাঠদান
দশম, একাদশ, দ্বাদশ শ্রেণীৰ বাবে থাকিব বিশেষ পাঠদানৰ ব্যৱস্থা
গৰমৰ বন্ধৰ সময়তো শিক্ষকে শিক্ষাৰ্থীক দিব লাগিব পাঠদান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...