বুধবৰীয়া সপ্তাহিক বজাৰত হঠাতে পগলা ম’হৰ তাণ্ডৱ!

পগলা ম’হৰ তাণ্ডৱ।পগলা ম’হৰ আক্ৰমণত গুৰুতৰভাবে আহত কেইবাজনো লোক। ধিঙৰ বুধবৰীয়া সপ্তাহিক বজাৰত সংঘটিত হৈছে এই ঘটনা। গুৰুতৰভাৱে আহত দেৱীকা বৰা আৰু জয়নাল উদ্দিনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। বুধবৰীয়া বজাৰত বিক্ৰীৰ বাবে আনিছিল এই পগলা ম’হটো । নিয়ন্ত্ৰণহীন ম’হটোক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশ ধিঙৰ বজাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...