এইবাৰ ড্ৰাগছ মাফিয়াৰ গুলীত গুৰুতৰভাবে আহত আৰক্ষী বিষয়া!

ড্ৰাগছ মাফিয়াৰ গুলীত আহত ডিএছপি অনুৰাগ শৰ্মা। ডিএছপিগৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল। গোৱালপাৰাত সংঘটিত হৈছে এই ঘটনা। অভিযান চলাবলৈ যোৱাৰ সময়তে গুলীবিদ্ধ আৰক্ষী বিষয়াজন। গুৰুতৰভাৱে আহত ডিএছপি অনুৰাগ শৰ্মা। ভৰিত গুলী লাগিছে ডিএছপি অনুৰাগ শৰ্মাৰ। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বিষয়াজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...