কাছাৰৰ কাশিপুৰৰ ১৪৭ নং CRPF কেম্পত চাঞ্চল্যকৰ ঘটনা

  • কাছাৰৰ কাশিপুৰৰ ১৪৭ নং CRPF কেম্পত চাঞ্চল্যকৰ ঘটনা
  • চাৰ্ভিছ বন্দুকেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা CRPF জোৱানৰ
  • সৌভাগ্যক্ৰমে মূৰৰ পৰিবৰ্তে কান্ধতহে গুলী লাগিল জোৱানজনৰ
  • সংকটজনক অৱস্থাত জোৱানজনক AMCHলৈ প্ৰেৰণ
  • ঘটনা সন্দৰ্ভত মুখ খোলা নাই CRPFৰ উৰ্ধতম কৰ্তৃপক্ষই
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...