সাৰদাৰ অসমত থকা ৬.২৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

  • সাৰদা কোম্পানীৰ বিৰুদ্ধে EDৰ অভিযান।
  • সাৰদা গ্ৰুপৰ অসমস্থিত ৬.২৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত।
  • সাধাৰণ লোকক প্ৰলোভনেৰে অবৈধ ব্যৱসায়ৰ অভিযোগ সাৰদাৰ বিৰুদ্ধে।
  • PMLAৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত সম্পত্তি বাজেয়াপ্ত সাৰদাৰ।
  • বিভিন্ন কোম্পানীৰ নামত পূঁজি বিনিয়োগ কৰাৰ অভিযোগ সাৰদাৰ বিৰুদ্ধে।
  • বৰ্তমানলৈকে সাৰদাৰ বিৰুদ্ধে ৪১.৪৬ কোটি টকাৰ অবৈধ ব্যৱসায়ৰ অভিযোগ।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...