পথৰ দাঁতিত থকা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাত খুন্দা এখন পালচাৰ বাইকৰ!

তিতাবৰ-গোলাঘাট সংযোগী ধোদৰ আলি পথত দুৰ্ঘটনা। পথৰ দাঁতিত থকা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাত খুন্দা এখন পালচাৰ বাইকৰ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই বাইক আৰোহী। বাইক আৰোহী দুজন সঞ্জয় থাপা আৰু পৱন মলিক। তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা। আনহাতে সংকটজনক অৱস্থাত দুয়ো বাইক আৰোহীক তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...