ডিব্ৰুগড়ত আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে নিজ পত্নীক

এইখন অসমতে সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ডিব্ৰুগড়ত এজন আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে নিজ পত্নীক। পত্নী জয়শ্ৰী চেতিয়াক নিজ পিষ্টলেৰে গুলীয়াই হত্যা কৰিলে বিকি চেতিয়া নামৰ আৰক্ষী জোৱানজনে।

বিদেশী ন্যায়াধীকৰণ আদালতৰ মেম্বাৰ মল্লিকা দত্তৰ PSO বিকি চেতিয়াই কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ডিব্ৰুগড় আৰক্ষী ছাউনীত সংঘটিত হোৱা এই ঘটনাৰ প্ৰকৃত তথ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...