কি হৈছে দিখৌৰ? কোনে বাট ভেটি আমনি কৰিছে দিখৌক?

উজনিৰ এখন নদী দিখৌ। বিশেষকৈ শিৱসাগৰ জিলাৰ জৈৱ বৈচিত্ৰৰ দিশত সদায়েই এক সুকীয়া স্থান দখল কৰি আছে এই দিখৌৱে। বুৰঞ্জীৰ পাতে পাতেও উল্লেখ আছে দিখৌৰ। কিন্তু আকস্মিকভাবে শুকাই যাবলৈ ধৰিছে নদীখন। হাহাকাৰ লাগিছে নৈ পৰীয়া ৰাইজৰ মাজত।

কি হৈছে দিখৌৰ?
কোনে বাট ভেটি আমনি কৰিছে দিখৌক?

নগা পাহাৰৰ দিশত চলা অবৈধ শিল কয়লাৰ খননে বিপদ মাতিছে নেকি দিখৌলৈ? এনে অলেখ প্ৰশ্নৰ উদয় হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...