ৰাছিয়াৰ বিৰুদ্ধে যুঁজিব ইউক্ৰেইনৰ হেকাৰে

ইউক্ৰেইনে চাইবাৰ ক্ষেত্ৰত ৰাছিয়াক আঘাত কৰিবলৈ IT সেনা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে, দেশখনৰ উপ-প্ৰধানমন্ত্ৰী মাইখাইলো ফেডোৰভে কয়। “আমি এটা আইটি সেনা সৃষ্টি কৰিছো। আমাক ডিজিটেল প্ৰতিভাৰ প্ৰয়োজন,” ফেডোৰভে টুইট কৰে। তেওঁ ৰাছিয়াৰ বিশিষ্ট ৱেবছাইটসমূহৰ এখন তালিকাও শ্বেয়াৰ কৰি কয়, “সকলোৰে বাবে কাম থাকিব। আমি চাইবাৰ ক্ষেত্ৰত যুঁজ অব্যাহত ৰাখিছো।”

ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে ডিজিটেল যুদ্ধ আৰম্ভ কৰিবলৈ হেকাৰ সকলক আহ্বান জনাইছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...