ক’ভিডশূন্য হোৱাৰ দিশে অসম!

ক’ভিডশূন্য হোৱাৰ দিশে অসম। যোৱা ২৪ ঘণ্টাত অসমত ১১জন লোকৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ২৪ ঘণ্টাত ৰাজ্যত ২,৩৫৮জন লোকে কভিড টেষ্ট কৰিছিল। তাৰ বিপৰীতে ১১জন লোক কভিড পজিটিভ পোৱা গৈছে। কামৰূপ(ম)তে আক্ৰান্ত হৈছে ৪জন লোক। ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৮৭ শতাংশ। আনহাতে, যোৱা ২৪ ঘণ্টাত এজনো লোকৰ মৃত্যু হোৱা নাই ক’ভিডত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অচল ফেচবুক, কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

শুকুৰবাৰে সন্ধিয়া কোটি কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত লাগিল হাহাকাৰ।...

ভয়ংকৰ দুৰ্ঘটনাই জোকাৰিছে নলবাৰী

নলবাৰীৰ বানেকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। বুঢ়াদিয়া নদীৰ দলঙত ট্ৰাক...

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...