২৪ ঘণ্টাত ক’ভিডত প্ৰাণ হেৰুৱালে ২১ জন আক্ৰান্তই

বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত প্ৰাণ হেৰুৱাইছে ২১ জন আক্ৰান্তই। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ২ হাজাৰ ৮৬১ জন। কামৰূপ মে’ট্ৰত হ্ৰাস পাইছে ক’ভিডত আক্ৰান্ত। শুকুৰবাৰৰ দিনটোত কামৰূপ মে’ট্ৰত আক্ৰান্ত ৫৯৯ জন। দিনটোত ৰাজ্যত ক’ভিড টেষ্ট কৰা হৈছিল ৪১ হাজাৰ ১৩৪ টা। ৰাজ্যত বৰ্তমান পজিটিভিটীৰ ৬.৯৬ শতাংশ। ইয়াৰ বিপৰীতে আৰোগ্যৰ হাৰ হৈছে ৯৪.৪১ শতাংশ। সংক্ৰমণৰ হাৰ হ্ৰাস কিন্তু মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ক’ভিড সংক্ৰান্তীয় নিষেধাজ্ঞা শিথিল কৰিবনে নকৰে তাক লৈ দ্বিধাগ্ৰস্ত হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...