ইষ্টাৰ্ণ কমাণ্ডৰ জে: অফিচাৰ C-in-C পদত অসমৰ ৰাণা প্ৰতাপ কলিতা

লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক কলকাতাৰ ফৰ্ট উইলিয়ামছৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ হিচাপে নিযুক্তি দিয়া হৈছে। এই পদত অধিষ্ঠিত হোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা।

লেফটেনেণ্ট জেনেৰেল কলিতা – অসমৰ গোৱালপাৰাৰ সৈনিক বিদ্যালয় (SSG) আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ (NDA)ৰ প্ৰাক্তন ছাত্ৰ। পূৰ্বতে তেওঁৰ উৎকৃষ্ট সেৱাৰ বাবে ‘সেনা পদক’ আৰু ‘বিশিষ্ট সেৱা পদক’ (দুবাৰ) প্ৰদান কৰা হৈছিল।

Assam's Lt Gen Rana Pratap Kalita Awarded with Uttam Yudh Seva Medal -  Sentinelassam

কাশ্মীৰ উপত্যকাৰ উৰি চেক্টৰত ‘ফেদায়েইন আক্ৰমণ’ৰ পিছত বাৰামুল্লাত XIX Infantry Divisionৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে তেওঁৰ কাৰ্যকালত দেশৰ প্ৰতি তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু সেৱাৰ বাবে তেওঁক সন্মানীয় ‘অতি বিশিষ্ট সেৱা পদক’ প্ৰদান কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...