ঘোঁৰামাৰাত ড্ৰাগছসহ জালত মহিদুল ইছলাম, জেহৰুল ইছলাম, ৰচিদুল হক, জেহৰুল হক আৰু হাচেন আলী

গুৱাহাটীৰ হাতীগাঁও আৰু বশিষ্ঠ আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। মহানগৰীৰ ঘোঁৰামাৰাৰ পৰা ড্ৰাগছসহ ৪৯টা খালী কণ্টেইনাৰৰ লগতে জব্দ কৰে চিৰিঞ্জ।

লগতে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫জন লোকক। গ্ৰেপ্তাৰ কৰা লোককেইজন ক্ৰমে মহিদুল ইছলাম, জেহৰুল ইছলাম, ৰচিদুল হক, জেহৰুল হক আৰু হাচেন আলী।

ড্ৰাগছসমূহ বেহাৰবাৰীৰ পৰা অনাৰ কথা স্বীকাৰ কৰিছে গ্ৰেপ্তাৰ কৰা লোককেইজনে।

দুখন বাইক আৰু ৩টা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...