গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তি কমল বৰা, আনন্দ মিশ্ৰ বাহিনীৰ বিৰুদ্ধে ক্ষোভ পৰিয়ালৰ

নগাঁৱত ছাত্ৰনেতালৈ গুলীচালনা আৰক্ষীৰ। গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তি কমল বৰা। আৰক্ষীৰ এণ্টি নাৰ্কটিকছ স্কোৱাৰ্ডে গুলীয়ালে ছাত্ৰনেতাজনক। ভৰিত গুলী লগা ছাত্ৰনেতাজনক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ ভাষ্য মতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল ছাত্ৰনেতাজনে। কিন্তু পৰিয়ালৰ অভিযোগ পৰিকল্পিতভাৱে আৰক্ষীয়ে কৰিছিল গুলীচালনা। আৰক্ষীয়ে চৰম গুণ্ডাগিৰি কৰাৰ অভিযোগত চিকিৎসালয় চৌহদত প্ৰতিবাদ। গুলী চলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী। ঘটনাক লৈ হাস্পতাল চৌহদত অব্যাহত উত্তেজনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...