তিনিচুকীয়াত সামাজিক, ৰাজনৈতিক সকলো কাৰ্যসূচী বাতিল

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে সংক্ৰমণ। তিনিচুকীয়াত উদ্বেগজনকভাবে বৃদ্ধি ক’ভিড সংক্ৰমণ৷ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত জিলাত পূৰ্বে অনুমতি প্ৰদান কৰা সকলোধৰণ সামাজিক, ৰাজনৈতিক কাৰ্যসূচী বাতিল কৰিছে প্ৰশাসনে৷ ইয়াৰ লগতে ক্ৰীড়া প্ৰতিযোগিতা আৰু আন ৰাজহুৱা সমাগম হোৱা সকলো কাৰ্যসূচী আয়োজনত নিষেধাজ্ঞা জাৰি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...