গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক

সংসদত গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক। ইয়াৰ লগে লগে ১৮ বছৰৰ ওপৰৰ সকলোৱে ভোটাৰ ৰূপে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব। আৰু ভুৱা ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱাত এই আইনে সহায় কৰিব। মঙলবাৰে সংসদত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ন্যায় আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে।

ইয়াৰ উপৰি এই বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত একেজন ভোটাৰৰ নাম কেইবাখনো ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাতো ৰোধ কৰিব পৰা যাব। এই সংশোধনী আইনে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক ত্ৰুটিমুক্ত কৰিবলৈ সক্ষম হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...