বিৰল প্ৰজাতিৰ শগুণ উদ্ধাৰ

আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাত উদ্ধাৰ কৰা হয় চাৰিটা বিৰল প্ৰজাতিৰ শগুণ । মিৰ্জাৰ মনপুৰত তিনিটা শগুণ মৃত অৱস্থাত আৰু এটা আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় । ইয়াৰ পিছতে স্থানীয় যুৱক মিতু দাসৰ তৎপৰতাত আঘাতপ্ৰাপ্ত শগুণটোক উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়া হয় । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত শগুণটোক চিকিৎসাৰ বাবে ৰাণীস্থিত শগুণ চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, বহু অঞ্চলত এতিয়া প্ৰায় বিলুপ্তপ্ৰায় হৈ পৰিছে শগুণ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...