মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৬জনৰ

দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু কাৰৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে একেটা পৰিয়ালৰে ৬জনকৈ লোক।

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথৰ ব্ৰজঘাট টোলপ্লাজাৰ সমীপত এই দুৰ্ঘটনা। দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণাকৃত হয় কাৰখন। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো। এই ঘটনাত গুৰুতৰভাবে আহত এজনক মীৰাটৰ হাস্পতাললৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...