অসম আৰক্ষীৰ ৩৮গৰাকী বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰীৰ সেৱা পদক

0 56

অসম আৰক্ষীৰ ৩৮গৰাকী বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰীৰ সেৱা পদক
দুজন আৰক্ষীলৈ মৰণোত্তৰভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
SI(UB) প্ৰয়াত সমুজ্জ্বল কাকতিলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
কনিষ্টবল প্ৰয়াত ৰাজীৱ বৰদলৈলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
বিশেষ সেৱা পদকপ্ৰাপ্ত: কাছাৰৰ SP ৰমণদীপ কৌৰ
বিশেষ সেৱা পদকপ্ৰাপ্ত: বজালীৰ SP ধৰ্মেন্দ্ৰ কুমাৰ দাস
বিশেষ সেৱা পদকপ্ৰাপ্ত: বজালীৰ DSP (HQ) পুস্কল গগৈ
বিশেষ সেৱা পদকপ্ৰাপক: ডিমা হাচাওৰ DSP (HQ) বৰকিৰি তেৰাং
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ ইন্সপেক্টৰ (UB) অমৃত কুমাৰ সিং
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ SI (UB) দেৱব্ৰত ফুকন
বিশেষ সেৱা পদকপ্ৰাপক: ডিমা হাচাওৰ SI (UB) লক্ষীন্দ্ৰ শইকীয়া
বিশেষ সেৱা পদকপ্ৰাপক: ডিমা হাচাওৰ SI (UB) মহিদুল জামান
বিশেষ সেৱা পদকপ্ৰাপক: গুৱাঃ ষ্টেশ্যন অফিচাৰ(F&ES) সঞ্জয় সিংহ
বিশেষ সেৱা পদকপ্ৰাপক:গুৱাহাটীৰ ছাব-অফিচাৰ(F&ES)নন্দৰাম বৰদলৈ
বিশেষ সেৱা পদকপ্ৰাপক: গুৱাঃ লীডিং ফায়াৰমেন (F&ES) হৰদীপ সিং
বিশেষ সেৱা পদকপ্ৰাপক: গুৱাহাটীৰ ফায়াৰমেন (F&ES) নিৰ্মল ৰাভা
বিশেষ সেৱা পদকপ্ৰাপক: ER (গুৱাহাটী) (F&ES) অজয় হুকাই
বিশেষ সেৱা পদকপ্ৰাপক: ER (গুৱাহাটী) (F&ES) শংকৰ চন্দ্ৰ ৰয়
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ কনিষ্টবল এন বিনয় কুমাৰ সিংহ
বিশেষ সেৱা পদকপ্ৰাপক: কাছাৰৰ কনিষ্টবল নবেন্দু বৰ্মন
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: AIGP ডঃ ধনঞ্জয় পৰশুৰাম ঘনাৱট
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: SP (V&AC) মজিবুৰ ৰহমান
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: গোৱালপাৰাৰ SPভি ভি আৰ ৰেড্ডী পালগিৰি
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: APS বিষয়া সঞ্জীৱ কুমাৰ শইকীয়া
সঞ্জীৱ কুমাৰ শইকীয়া মান্দাকাটাৰ CDO Bnৰ কমাণ্ডেণ্ট
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কাজিৰঙাৰ ASP (STF) ধ্ৰুৱজ্যোতি নাথ
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: গোসাঁইগাঁৱৰ SDPO সৌৰভ গুপ্তা
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: ৰঙিয়াৰ SDPO সুশান্ত সিং
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কামৰূপৰ DSP (HQ) কল্যাণ কুমাৰ পাঠক
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কাৰ্বি আংলঙৰ DSP (HQ) নাহিদ কৰিশ্মা
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: DSP (V&AC) মুজাফ্ফৰ হুছেইন
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: তিনিচুকীয়াৰ DSP(P) পাৰ্থপ্ৰতিম দুৱৰা
উৎকৃষ্ট সেৱাপদকপ্ৰাপক:বিশ্বনাথৰ পৰিদৰ্শক(UB)সঞ্জিৎ কুমাৰ ৰায়
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: ইন্সপেক্টৰ গৌৰৱজ্যোতি মহন্ত
পাণবাৰীৰ 20th AP(IR)Bnৰ ইন্সপেক্টৰ (UB) গৌৰৱজ্যোতি মহন্ত
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: CIDৰ ইন্সপেক্টৰ (Prog) দীপক দাস
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: কোকৰাঝাৰৰ ইন্সপেক্টৰ (UB) মনেশ্বৰ বে
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: SI (UB) কপিল পাঠক
গুৱাহাটীৰ পুলিচ কমিছনাৰেটৰ SI (UB) কপিল পাঠক
উৎকৃষ্ট সেৱাপদকপ্ৰাপক:কাৰ্বিআংলঙৰ কনিষ্টবল বন্ধুৰাম বসুমতাৰী
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: 5th APBnৰ কনিষ্টবল পৰিতোষ নাথ
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: 4th APBnৰ কনিষ্টবল পৰাগ ডেকা
উৎকৃষ্ট সেৱা পদকপ্ৰাপক: অজিত গগৈ (অৱসৰপ্ৰাপ্ত সৈনিক)
10th APBnৰ ঠিকাভিত্তিক জোৱানৰূপে কৰ্মৰত অজিত গগৈ

Leave A Reply

Your email address will not be published.