চৌদিশে হাহাকাৰ, ভূমিকম্পত নিহত ৩২জনকৈ লোক

পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প। মহাৰাষ্ট্ৰ, দিল্লী, ভূটান, বিহাৰ, পশ্চিমবংগ আদিত কম্পন। তিব্বতৰ নেপাল সীমান্তত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেল। অসমতো আংশিকভাৱে অনুভূত এই কম্পন। পুৱা ৬.৩৮ বজাত অনুভূত এই ভূমিকম্প। প্ৰায় ১৫ ছেকেণ্ড ধৰি অনভূত হয় ভূমিকম্পৰ। নেপাল আৰু তিব্বত সীমান্তত ভূমিকম্পৰ সৰ্বাধিক ক্ষয়–ক্ষতি। তিব্বতৰ নেপাল সীমান্তত ভূমিকম্পৰ অভিকেন্দ্ৰ। নেপাল-তিব্বত সীমান্তত ভূমিকম্পত নিহত ৩২।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...