চিলাপথাৰৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়তে ১২ চকীয়া ট্ৰাকসহ জব্দ ২২টাকৈ গৰু

অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীৰ অভিযান । অভিযানত এখন ১২ চকীয়া ট্ৰাকসহ জব্দ ২২টাকৈ গৰু। ধেমাজিৰ চিলাপথাৰৰ পৰা মেঘালয়লৈ অবৈধভাৱে সৰবৰাহ কৰিছিল গৰুকেইটা। AS 09 AC 5203 নম্বৰৰ এখন বাৰচকীয়া ট্ৰাকত ২২ টাকৈ গৰু সৰবৰাহ কৰি মেঘালয়ৰ বৰ্ণিহাটলৈ লৈ গৈ আছিল। ক্ষেত্ৰী আৰক্ষীৰ এটি টহলদাৰী আৰক্ষীৰ দলে সন্দেহবশত চক্ষুৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন ৰখাই পৰীক্ষা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইপিনে ঘটনাৰ সৈতে জড়িত নগাঁৱৰ ৰূপহীৰ আবুল বাচৰ, মেঘালয়ৰ জোৱাইৰ এইবাৰকিউ সুমেৰ আৰু পিলাছ চায়াল নামৰ ৩জনক আটক কৰে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...