এইবাৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰসকলেও পাব স্কুটী

0 226

শেহতীয়াকৈ যেন ৰাইজৰ সকলো অভাৱ অভিযোগ পলকতে পূৰ্ম কৰি দিবলৈ বদ্ধপৰিকৰ হৈ উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। আজি ছয়গাঁৱত কেইবাটাও অনুষ্ঠানত ভাগ লৈ আকৌ এবাৰ ৰাইজলৈ বুলি বহুকেইটা পেকেজ ঘোষণা কৰিলে মু্খ্যমন্ত্ৰীয়ে। তাৰ ভিতৰত অন্যতম উপহাৰটো হল- এইবাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৰি ছাত্ৰসকলেও পাব স্কুটী।

Leave A Reply

Your email address will not be published.