ছেলফি জ’নত পৰিণত জামুগুৰিহাটৰ পিংক লেণ্ড

জামুগুৰিহাটত গোলপীয়া-বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন দৃশ্য

চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ফুলৰ সৌন্দৰ্য্যত বিভোৰ সকলো

দৈনিক ফুল চাবলৈ পথাৰখনলৈ সমাগম অজস্ৰ লোকৰ

ঘাইপথৰে অহা-যোৱা কৰা ব্যক্তিয়েও গাড়ী ৰখাই উপভোগ কৰিছে দৃশ্য