এটা মাহ সম্পূৰ্ণ কৰিলে ইচিতাৰ সন্তানে…

অজয় দেৱগনৰ অন স্ক্ৰীণ জীয়ৰী অৰ্থাত অভিনেত্ৰী ইচিতা দত্তই বৰ্তমান মাতৃত্বৰ মধুৰ সময়খিনি উপভোগ কৰিছে। ইচিতাৰ কণমানি সন্তান বায়ুৰ বর্তমান ১মাহ হৈছে।

শেহতীয়াকৈ ইচিতাই তেওঁৰ INSTAGRAMৰ জৰিয়তে এটা ভিডিঅ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত ইচিতাৰ কণমানি সন্তানক শুই থকা দেখিবলৈ পোৱা গৈছে। তেতিয়াই অভিনেত্ৰীগৰাকীয়ে কণমানি সন্তানটিৰ ওচৰত শুই পৰেগৈ আৰু সন্তানটিৰ হাতত চুমা খাইগৈ। অভিনেত্ৰীগৰাকীৰ মুখত ফুটি উঠা সুখৰ অভিব্যক্তিৰ পৰা বুজা গৈছে যে সন্তানৰ আগমনত তেওঁ বহুত সুখী অনুভৱ কৰিছে। ইচিতাৰ অনুৰাগীসকলে এই ভিডিঅ’টোত কমেণ্ট কৰি অভিনেত্ৰীগৰাকীক মৰম দিয়া দেখিবলৈ পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...